NKTV Digital
Author: NKTV Digital

মণিপুৰত আইইডি বিস্ফোৰণ, নিহত লংডন ৱাংছু নামৰ এজন জোৱান

156
  • মণিপুৰত আইইডি বিস্ফোৰণত নিহত লংডন ৱাংছু নামৰ জোৱান
  • লংডন ৱাংচু ১৬ অসম ৰাইফলছৰ জোৱান আছিল
  • অৰুণাচল প্ৰদেশৰ লংডিঙৰ নিয়াউচা গাঁৱৰ বাসিন্দা লংডন ৱাংচু
  • মণিপুৰৰ থৌবাল জিলাৰ সংগোমচাং অঞ্চলত সংঘটিত ঘটনাটো
  • বৃহস্পতিবাৰে শ্বহীদ জোৱানজনৰ নশ্বৰদেহ গৃহলৈ অনা হ’ব
NKTV Digital
Author: NKTV Digital