মণিপুৰত আইইডি বিস্ফোৰণ, নিহত লংডন ৱাংছু নামৰ এজন জোৱান AssamDaily NewsTop Stories By NKTV Digital Last updated Jan 5, 2022 168 Share মণিপুৰত আইইডি বিস্ফোৰণত নিহত লংডন ৱাংছু নামৰ জোৱানলংডন ৱাংচু ১৬ অসম ৰাইফলছৰ জোৱান আছিলঅৰুণাচল প্ৰদেশৰ লংডিঙৰ নিয়াউচা গাঁৱৰ বাসিন্দা লংডন ৱাংচুমণিপুৰৰ থৌবাল জিলাৰ সংগোমচাং অঞ্চলত সংঘটিত ঘটনাটোবৃহস্পতিবাৰে শ্বহীদ জোৱানজনৰ নশ্বৰদেহ গৃহলৈ অনা হ’ব Author: NKTV Digital IED BlastManipurNewsNKTV 168 Share